Manoj kr. Deka. YouTube Stats

  • Total Views
    18.8K
  • Subscribers
    N\A
    • Avg Daily Views
      10
    • Category
      N\A
ADVERTISEMENT
ADVERTISEMENT

DESCRIPTION

নমস্কাৰ ।

মোৰ নাম মনোজ কুমাৰ ডেকা । বৰষুণত তিতি মই খুব ভাল পাওঁ । ভাল পাওঁ ফুৰি, ফটোগ্ৰাফী কৰি । উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত অতীত, ইয়াৰ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ, আমাৰ বিভিন্ন জনগোষ্ঠীৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি মোৰ প্ৰিয়,।মোৰ অধ্যয়নৰ ক্ষেত্ৰ ।

মই ভাবো, আমি আমাৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিব লাগে । কিয়নো ই ধাৰণ কৰে আমাৰ পৰিচয় ।

You Tube ত দেখিছোঁ অলেখ অশ্ৰাব্য কথাৰ চেনেল । হেজাৰ হেজাৰ দৰ্শক শ্ৰোতা সেইবোৰৰ । মই ভাবিলোঁ, ভাল কথাবোৰক নেদেখুৱাও কিয় !

সেয়ে, এয়া মোৰ বিনম্ৰ প্ৰয়াস । চেনেলটো চাব । উপদেশ দিব । ভাল হলে আনকো চাবলৈ দিব ।

শেষ অনুৰোধ, ভাল লাগিলে চেনেলটো subscribe কৰাৰ কথা বিবেচনা কৰে যেন ।